Assam Anganwadi Recruitment 2023- Check Post Details, Eligibility Criteria and How to Apply!

Join Our YouTube YouTube
Join Our WhatsApp WhatsApp
Join Our Facebook Facebook

Assam Anganwadi Recruitment 2023: The Office of the Child Development Project Officer (CDPO), Kathiatoli, Nagaon has recently issued an employment notification for the recruitment of 42 Anganwadi Worker and Anganwadi Helper (Sahayika) vacancy in various Anganwadi canters of Nagaon District.

Candidates interested in applying for Assam Anganwadi Recruitment 2023 can submit their applications here.

Assam Anganwadi Recruitment 2023 Details

1. Name of Post: Anganwadi Worker

Number of Posts: 14

Remuneration: Rs 4,500/- per month

2. Name of Post: Anganwadi Helper

Number of Posts: 28

Remuneration: Rs 2,550/- per month

Assam Anganwadi Recruitment 2023 Eligibility Criteria

  • অংগনৱাড়ী কেন্দ্ৰ কৰ্মী, সহায়িকা পদৰ আৱেদন কৰা প্ৰাৰ্থীসকল সংশ্লিষ্ট অংগনৱাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় মহিলা প্রার্থী হ’ব লাগিব ।
  • আৱেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ইং ০১/০১/২০২৩ তাৰিখত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হ’ব লাগিব ৷
  • আৱেদনকাৰী স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ গাঁওবুঢ়া/ৱাৰ্ড মেম্বাৰ গাঁও পঞ্চায়তৰ সভাপতিৰদ্বাৰা স্বাক্ষৰিত হ’ব লাগিব । এই সকলো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ উক্ত পঞ্চায়তৰ মুখ্য সেৱিকাৰ দ্বাৰা সত্যতা নিৰূপণ কৰা হ’ব লাগিব ।
  • বিশেষভাৱে সক্ষম লোকৰ বাবে 3% পদ সংৰক্ষিত থাকিব। বিশেষভাৱে সক্ষমৰ প্ৰমাণ পত্ৰ লগত গাঁঠি দিব লাগিব ।
  • অঃ কেন্দ্ৰ স্থাপন হোৱা কেন্দ্ৰ এলেকাৰ বিবাহিত মহিলাকহে বিবেচিত কৰা হ’ব, কিন্তু বিধৱা আৰু বিবাহ বিচ্ছেদ মহিলাক এইক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব (এইক্ষেত্ৰত প্ৰমাণ পত্ৰ লগত গাঁঠি দিব লাগিব ।
  • ৪০% তকৈ বেছি থকা গাঁও অনুসূচিত জাতি/অনুসূচিত জনজাতি/চাহ জনজাতি থকা লোকেহে আৱেদন পত্ৰ দাখিল কৰিব পাৰিব ৷

Assam Anganwadi Recruitment 2023 Educational Qualifications

1. Anganwadi Worker :

  • অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী পদৰ বাবে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত (HSSLC) উত্তীৰ্ণ হ’ব লাগিব।লগতে নম্বৰৰ তালিকা (Marksheet) গাঁঠি দিব লাগিব।
  • যদিহে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী পোৱা নাযায়, তেনেহ’লে হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC/AHM) উত্তীৰ্ণ প্ৰাৰ্থীৰ আৱেদন গ্ৰাহ্য কৰা হ’ব।
  • এইক্ষেত্ৰত কে. কে. হেণ্ডিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কোনো উত্তীৰ্ণ প্ৰাৰ্থীক HSSLC বা HSLC উত্তীৰ্ণ প্ৰাৰ্থীৰ সমতুল্য বুলি বিবেচনা কৰা নহ’ব।

2. Anganwadi Helper :

  • অংগনৱাড়ী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ব’ৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC/AHM) উত্তীর্ণ প্রার্থী হ’ব লাগিব ।
  • যদিহে উত্তীৰ্ণ প্ৰাৰ্থীৰ আৱেদন পোৱা নাযায় তেনেহ’লে নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ আৱেদন গ্ৰাহ্য কৰা হ’ব।
  • এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক (Inspector of Schools)ৰ প্ৰতি স্বাক্ষৰ (Countersign) থকাটো বাধ্যতামূলক।
  • যদিহে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ স্বাক্ষৰ নাথাকে তেনেকুৱা শিক্ষাগত প্ৰমাণ পত্ৰ গ্ৰাহ্য কৰা নহ’ব ।

Assam Anganwadi Recruitment 2023 Selection Process

  • উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (HSSLC) বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) পোৱা নম্বৰৰ ভিত্তিত আৰু বিভাগে যুগুতোৱা নীতি-নিয়মৰ মাজেৰে মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত সকলো পদৰ প্ৰাৰ্থী বাছনি কৰা হ’ব ।
  • চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি কেৱল মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব ।
  • সাক্ষাৎকাৰৰ সময়ত মূল (Original) প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব ।
  • সাক্ষাৎকাৰৰ দিন, সময়, স্থান ইত্যাদি এই এলেকাৰ মুখ্য সেৱিকা আৰু স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে জনোৱা হ’ব। আৱেদন কৰা, দাখিল কৰা বিবেচিত প্রার্থীসকলক ব্যক্তিগতভাৱে কোনো চিঠি আদিৰে জনোৱা নহ’ব ।

Assam Anganwadi Recruitment 2023 Application Process

  • ইচ্ছুক প্রার্থীসকলে এই কাৰ্যালয়ৰ দ্বাৰা যোগান ধৰা নিৰ্দ্ধাৰিত প্ৰ- পত্ৰৰ যোগেদি যাৱতীয় তথ্য আৰু নথি-পত্ৰসহ আৱেদন কৰিব পাৰিব ।
  • আৱেদন পত্ৰৰ লগত দুখন পাছপ’ৰ্ট আকাৰৰ ৰঙীণ ফটো গাঁঠি দিব লাগিব।
  • আৱেদন পত্ৰৰ লগত দিয়া প্ৰত্যেকখন প্ৰত্যায়িত কপিত স্ব-স্বাক্ষৰ কৰা হ’ব লাগিব ৷
  • কাৰ্যালয়ৰ পৰা বিতৰণ কৰা আৱেদন পত্ৰহে গ্ৰাহ্য কৰা হ’ব ।
  • আৱেদন পত্ৰ পুৱা ১১:০০ বজাৰ পৰা ৩:০০ বজাৰ ভিতৰত শিশু উন্নয়ন প্রকল্প বিষয়া,কঠীয়াতলী, নগাঁও (অসম) কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব ৷
  • আৱেদন পত্ৰ শিশু উন্নয়ন প্রকল্প বিষয়া,কঠীয়াতলী, নগাঁও (অসম) কাৰ্যালয়ত জমা দিব লাগিব ৷
  • আৱেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ইং02/01/2024 তাৰিখ

NHM Assam 400 Staff Nurse Recruitment Apply Now!

Assam Anganwadi Recruitment 2023 Important Dates

আৱেদন পত্ৰ যোগান ধৰা তাৰিখ- ১৮/১২/২০২৩

আৱেদন পত্ৰ জমা লোৱাৰ শেষ তাৰিখ- ০২/০১/২০২৪

Important Links Of Assam Anganwadi Recruitment 2023

Advertisements Details : Click Here

Official Website : Click Here



Share This Post
Join Our YouTube YouTube
Join Our WhatsApp WhatsApp
Join Our Facebook Facebook

Leave a Comment