Kamrup (M) Recruitment 2021- Gaonburah vacancy

Kamrup (M) Recruitment 2021

Kamrup (M) Recruitment 2021

শিৱসাগৰ জিলাৰ চক্ৰসমূহৰ অন্তৰ্গত লাট গাঁওবুঢ়াৰ মৃত্যু/অব্যাহতিত খালি হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ixত প্রকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব।

Kamrup (M) Recruitment 2021 Details

পদৰ নাম – গাঁওবুঢ়া

খালী হৈ থকা গাঁওবুঢ়াৰ লাটসমূহ-

Eligibility Criteria of Kamrup (M) Recruitment 2021

১। আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা লাটৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

২। আবেদনকাৰীৰ বয়স ন্যূনতম ২৫ (পঁচিশ) বছৰ হ’ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব।

৩। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব। |

৪। আবেদনকাৰী আর্থিকভাৱে দেৱলীয়া আৰু কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।

৫। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ’বনালাগিব।

৬। আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।

৭। আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ’ব নালাগিব।

৮। আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

৯। আবেদনকাৰী প্রাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

১০। গাঁওবুঢ়া পৰিয়ালৰ নিকটতম সদস্য/আত্মীয়ক অগ্রাধিকাৰ দিয়া হ’ব আৰু আবেদনকাৰীয়ে মৌজাদাৰৰ প্রমাণ পত্র দাখিল কৰাটো বাঞ্চনীয়।

How to Apply in Kamrup (M) Recruitment 2021

আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ixত প্রকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব।

আবেদন পত্র সমূহ “কামৰূপ জিলাৰ উপায়ুক্ত কার্যালয়ত” জমা দিবলৈ আহ্বান জনােৱা হ’ল। আবেদন জমা | দিয়াৰ শেষ তাৰিখ ০৭/০৯/২০২১ বিয়লি ৪ বজাত।

আবেদনৰ লগত তলত উল্লেখ কৰা প্রমাণপত্রসমূহ দাখিল কৰাটো বাধ্যতামূলক-

১। স্থায়ী বাসিন্দাৰ প্রমাণপত্র।

২। বয়স আৰু শিক্ষাগত অহাৰ প্রমাণপত্র। (অসম চৰকাৰৰ স্বাকৃতিপ্রাপ্তব’র্ড অনুষ্ঠানৰ প্রমাণপত্র | সংলগ্ন কৰিব)।

৩। বাকীজাই দেনামুক্ত প্রমাণপত্র।

৪। স্থাৱৰ সম্পত্তিৰ প্রমাণপত্র।

District Child Protection Officer Charaideo Recruitment Data Entry Operator vacancy

Important Links of Kamrup (M) Gaonburah vacancy

Advertisement Details Click here

Download Application Form – Click here

Leave a Reply

Your email address will not be published. Required fields are marked *