SEBA HSLC Results 2021
অসম চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শমৰ্মে হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ,2021 বর্ষৰ পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ ফলাফলসমূহ বিদ্যালয় মূল্যায়ন কমিটি আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটিয়ে যুটীয়াভাৱে কৰা মুল্যায়নৰ ভিত্তিত অসম মাধ্যমিক শিক্ষা পৰিষদে অহা 30 জুলাই, 2021 তাৰিখে দিনৰ 11 বজাত ঘােষণা কৰিব। উক্ত পৰীক্ষাত উত্তীৰ্ণ হােৱা ছাত্ৰ ছাত্ৰীসকলে ফলাফলসমূহ PDF Format ত ইয়াত চাব / Download কৰিব পাৰিব।
SEBA HSLC Results 2021 Details
হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা,২০২১ বৰ্ষৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল-
মুঠ পৰীক্ষার্থী – ৪,৩৮,৮২৮ জন।
ছেবাৰ অধীনত থকা মুঠ বিদ্যালয়ৰ সংখ্যা- ৭,৩০১ খন।
(১) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী – ৪,২৬,৫৫৩ জন
ছাত্ৰৰ সংখ্যা – ১,৯৭,৫৬৫ জন
ছাত্ৰীৰ সংখ্যা – ২,২৮,৯৮৮ জন
(২) অসম হাইমাদ্রাছা পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী- ১২,২৭৫ জন
ছাত্ৰৰ সংখ্যা – ৪,৭২৩ জন
ছাত্ৰীৰ সংখ্যা – ৭৫৫২ জন
How to check SEBA HSLC Results 2021
অহা ৩০জুলাই, ২০১১ তাৰিখে দিনৰ ১১ বজাত প্রার্থীসকলে তেওঁলোকৰ মাৰ্কচিট সমূহ ডিজিটেল ফৰ্মেটত নিম্নোক্ত Website আৰু মােবাইল এপ” ৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।
উদাহৰণস্বৰূপে –
Roll B21-0001 NO- 0012 হলে তেতিয়া প্রার্থীসকলে ;
Roll B21 [ 0001] NO [0012] এনেকৈ টাইপ কৰিব লাগিব।
ফলাফল উপলব্ধ Website সমূহৰ তালিকা-
- SebaOnline.org
- SebaResults.in
- ResultsAssam.nic.in
- Assam.Shiksha
- Results.Shiksha
- AssamOnline.in
- IndiaResults.com
- Exametc.com
- Schools9.com
- AssamJobAlerts.com
- AssamResult.in
- iResults.net
- NeCareer.com
- JagranJosh.com
Important Information of SEBA Result
( ১) অসম চৰকাৰৰ অধিসূচনা নং AIE/202/2020/24 তাৰিখ ১১/০৫/২০২০ অনুসৰি বিগত বৰ্ষৰ দৰে এইবছৰাে *ডিজিটেল মার্কচিটৰ যােগেদি একাদশ শ্রেণীত নামভৰ্তি কৰিব পাৰিব। সংশ্লিষ্ট কর্তৃপক্ষই schaonline.org Website আৰু ‘মােবাইল এপ” “SEBA Results 2021″ ৰ যােগেদি ছাত্র-ছাত্রীসকলৰ ফলাফলসমূহ পৰীক্ষা কৰিব পাৰিব।
( 2) অৰিজিনেল ‘মার্কচিট” আৰু উত্তীর্ণৰ চার্তিফিকেট’ সমূহ বিতৰণ কৰাৰ আগেয়ে ছেবাৰ তৰফৰ পৰা জাননী জাৰি কৰা হ’ব।
(৩) প্ৰতিখন জিলাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ৰ নেতৃত্বত ছাত্র-ছাত্রীসকলৰ অভিযােগসমূহ নিৰাময়ৰ কাৰণে Grievance Redressal Committee একোখন গঠন কৰা হৈছে। ছাত্র-ছাত্রীসকলে সংশ্লিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে তেওঁলােকৰ অভিযােগসমূহ দাখিল কৰিব পাৰিব।
( ৪) বিশেষ পৰীক্ষা (Special Examination) – বিদ্যালয় মূল্যায়ণ কমিটিয়ে যুগুত কৰা পদ্ধতিৰ ফলাফলক লৈ যদি কোনাে ছাত্র-ছাত্রী সন্তুষ্ট নহয়, তেতিয়াহলে তেওঁলােকে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব।
(৫) এইক্ষেত্ৰত ছাত্র-ছাত্রীসকলে সৰ্বমুঠ ৬খন ‘থিয়ৰী পৰীক্ষাতে অৱতীৰ্ণ হব লাগিব। যাবতীয় আভ্যন্তৰীণ মূল্যায়ণ আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ ইতিমধ্যে ছেবাৰ হাতত মজুত থকা তালিকাৰ পৰা সংযােগ কৰা হব।
(৬) বিশেষ পৰীক্ষাত অৱতীৰ্ণ হােৱা ছাত্র-ছাত্ৰীসকলৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকৰ হাতত উপলব্ধ হোৱা বিদ্যালয় মুল্যায়ণ কমিটীয়ে যুগুত কৰা ডিজিটেল মার্কচিট’ সমূহৰ বৈধতা বাতিল কৰা হ’ব আৰু পুণৰ তেওঁলােকক বিশেষ পৰীক্ষাত অর্জন কৰা বিষয়ভিত্তিক মার্কচিট’ আৰু উত্তীৰ্ণৰ চার্তিফিকেট প্রদান কৰা হব।
(৭) বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব বিচৰা ছাত্র-ছাত্রীসকলে ছেবাৰ Website “sebaonline.org” দ্বাৰা সংশ্লিষ্ট বিদ্যালয়ৰ যােগেদি অনলাইন প্ৰ-পত্ৰ পূৰাব লাগিব।
(৮) ছেবাৰ অনলাইন পােৰ্টেল অহা ৫ আগষ্টৰ পৰা ১২ আগষ্ট,২০২১ লৈ উপলব্ধ হব।
(৯) বিশেষ পৰীক্ষাৰ সময়সূচী সম্পর্কে, পৰবর্তী সময়ত জাননী জাৰি কৰা হব।
Oil India Limited Recruitment Apply For 115 Contractual Vacancy
Important Links
Visit Official Website – Click here
SEBA HSLC Result- Click here (30/07/2021)
- Assam Petro Chemicals Ltd Recruitment 2021- Deputy Manager & Accounts Officer Vacancy
- Oil India LTD Recruitment 2021- 62 Assistant Technician & JE Vacancy
- Oil India Short Recruitment Notification 2021- Grade III & Garde VII Vacancy
- Assam Rifle Recruitment 2021- 1230 vacancies for Group B and C posts
- Power Grid Corporation of India Ltd Recruitment 2021 – 135 Trade Apprentices Vacancy